46 thoughts on “মোবাইলত বাম্পাৰ Discount Flipkart Big Billion Days Sale : Samsung, Realme, LG, Redmi Best Deals

  1. প্ৰায় শুনিবলৈ পাওঁ অনলাইন মোবাইল কিনিলে বৰ ভাল পোৱা নাযায় বুলি কথাটো কিমান সচাঁ

  2. দাদা, যিকোনো বস্তু অৰ্ডাৰ কৰিব খুজিলে out of stock দেখায়। কিয় এনে হৈছে!!

  3. মই Samsung galaxy m21 এটা লম । গতিকে discount থাকিলে প্লিজ জনাব ।

  4. All upto date news 📰 videos and technology are combine together that goes to more views and subscribers. Not only one ☝. Only one ensue that gradual increase only. But together will go to fastest incrase.. As per previous record dear Deshbondhu

  5. অকল ম'বাইলৰ হে অফাৰ দিছে নেকি? টিভিৰ বাবে দিয়া নাই নেকি?

  6. মইও ভাল Mobile এটা কিনিম বুলি ভাবি আছোঁ ১০-১৫ হাজাৰৰ ভিতৰত। তুমি যে কৈছিলা Hot Infinix 10 Mobile টোৰ কথা, সেইটো ললে কেনেকুৱা হব বাৰু ?

  7. মই কিনিম । দাদা কোনটো ম'বাইল গেমৰ কাৰণে বেছি ভাল ক'ব চোন

  8. সেই দিনা নবীন দা গৈ ডাক্তৰ জনৰ ঘৰ পালে।
    ডাক্তৰ জনে তেওঁৰ অহাৰ কাৰণ সোধাত কলে যে তেওঁৰ মানুহ গৰাকীৰ তামাম জ্বৰ।
    কোনো মতেই তেওঁক ডাক্তৰ জনৰ চেম্বাৰলৈ আনিব নোৱাৰে।

    ডাক্তৰ – বাৰু ঠিক আছে।
    কিন্তু তোমাৰ ঘৰ ক'ত….?

    নবীন দাই ঘৰৰ এড্ৰেচটো কলে।

    নবীন দা – ছাৰ,আপুনি চেম্বাৰত ফ্ৰীজ কিমান কৈ লয়…?

    ডাক্তৰ – ২০০ টকা।

    নবীন দা – ঘৰলৈ গলে…?

    ডাক্তৰ – ৫০০ টকা।

    নবীন দা – ঠিক আছে ছাৰ।
    আপুনি মোৰ লগত এতিয়াই আমাৰ ঘৰলৈ ব'লক।
    মানুহ জনী গাটো বেছিয়ে বেয়া।

    ডাক্তৰ জনে নবীন দাক লৈ ঘৰ পালেগৈ।

    ডাক্তৰ – পিছে আপোনাৰ মিচেছ ক'ত…?

    নবীন দা – ছাৰ;মই বিয়াই পতা নাই।
    মিচেছ ক'ৰ পৰা থাকিব…!

    ডাক্তৰ – তেন্তে বেমাৰ হৈ আছিল বুলি যে মোক লৈ আহিছিলা…….?

    নবীন দা – ছাৰ,আজি গাড়ী মটৰ বোৰে ষ্টাইক কৰা নাই জানো….?
    বাটত ঘৰলৈ আ
    ভিডিঅ'টো চাওক হে
    👇👇👇👇👇
    https://youtu.be/-agoIiobq8Y
    M

Leave a Reply

Your email address will not be published. Required fields are marked *